মহৎ লোকৰ বানী


১/ অহংকাৰী নহ'বা, কাৰণ অহংকাৰক মানুহ আৰু
ঈশ্বৰেও ঘৃনা কৰে৷
২/ অসমীয়া আমাৰ মাতৃভাষা ৷ মাতৃৰ নিচিনা বাবেই
মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানসকলৰ
পক্ষে অতি অযুগুত৷ইয়াকে জানি অসমীয়া সকলে মাতৃভাষাৰ
প্ৰতি শ্ৰদ্ধা আৰু ভক্তি কৰা উচিত৷
৩/ কৃষি কর্ম নাবাঢ়িলে বাণিজ্যও
নাবাঢ়ে ,সেইবাবে দুয়োকে অনুশীলন কৰিব লাগে৷
*************************আনন্দৰাম ঢেকিয়াল ফুকন

Comments

Popular posts from this blog

ফুটবল

গৰুৰ বিষয়ে ৰচনা...

মহৎ লোকৰ বানী