মহৎ লোকৰ বানী

"কিতাপে মানুহক কুসংগ আৰু কুকর্মৰ
পৰা ৰক্ষা কৰাৰ উপৰি মানসিক অৱসাদৰ
পৰা ৰক্ষা কৰে । ই মানুহক সংগ দিয়ে, শিক্ষা দিয়ে,
আনন্দ দিয়ে । যি মানুহক এবাৰ কিতাপৰ নিচাই
পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে ।।"
- হোমেন বৰগোহাঞি ।

Comments

Popular posts from this blog

ফুটবল

গৰুৰ বিষয়ে ৰচনা...