এদিনাখন মন্দিৰৰ দুৱাৰমুখত
এদিনাখন মন্দিৰৰ দুৱাৰমুখত
থকা শিলটোৱে মন্দিৰৰ মুর্তিটোক কলেঃ বন্ধু
তুমি আৰু মই দুয়ো একে শিল ।কিন্তু তোমাক
মানুহে পূঁজা কৰে আৰু মোক
মানুহে গছকি যাই ।মোৰ লগত মানুহে কিয়
বেয়া ব্যেৱহাৰ কৰে ?মোৰ ভুল কত ?
তেতিয়া মন্দিৰৰ
মুর্তিটোৱে মিছিকিয়া হাঁহি এটা মাৰি কলেঃ চো
যেতিয়া খনিকৰে মুর্তিৰ ৰূপ
দিবলৈ চেইনি হাঠুৰীৰে কোবাইছিল তুমি সজ্য
কৰিব নোৱাৰি ভাঙি গলা ,কিন্তু মই খনিকৰৰ
প্ৰতিতো চেইনি হাঠুৰীৰ কোব নিৰবে সজ্য
কৰি আছিলো বাবে খনিকৰে মোক মুর্তিৰ ৰূপ
দিলে ,সেইবাবে আজি মই সকলোৰে পৰা সন্মান মৰম
পাইছো ।
নীতি শিক্ষাঃ বন্ধুসকল মাঁ দেউতাই
আমাক মুর্তিৰ ৰূপত গঢ় দিবলৈ বহুত যত্ন
কৰে ।যেতিয়া আমি বিপথে যাওঁ
তেখেঁতসকলে আমাক
গালি পাৰে ,তেখেঁতসকলে গালি যদি সজ্য কৰিব
নোৱাৰো তেনেহলে আমিওঁ সেই মন্দিৰৰ দুৱাৰ
মুখৰ শিলটোৰ দৰে হম ,মুর্তি কেতিয়াওঁ হৱ
নোৱাৰিম ।
Comments
Post a Comment