চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ অসমীয়া প্রতিশব্দ__

চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ
অসমীয়া প্রতিশব্দ__
১। Surgery > শৈল্য চিকিৎসা বিভাগ ।
2. Cardiology > হৃদৰোগ চিকিৎসা বিভাগ ।
৩. ENT > কাণ, নাক, ডিঙিৰ চিকিৎসা বিভাগ ।
৪. Medicine > ভেষজ ৰোগ চিকিৎসা বিভাগ ।
৫. Pediatrics > শিশু ৰোগ চিকিৎসা বিভাগ ।
৬. Gynecology > স্ত্ৰী ৰোগ চিকিৎসা বিভাগ ।
৭. Neurology > স্নায়ু ৰোগ চিকিৎসা বিভাগ ।
৮. Neuro-surgery > স্নায়ু ৰোগ শৈল্য চিকিৎসা বিভাগ

৯. Nephorology > বৃক্ক ৰোগ চিকিৎসা বিভাগ ।
১০. Gastroenterology > পৰিপাক প্রণালি সম্বনধীয়
ৰোগ চিকিৎসা বিভাগ ।
১১. Oncology > কৰ্কট ৰোগ চিকিৎসা বিভাগ ।
১২. Surgical Oncology > শৈল্য কৰ্কট ৰোগ
চিকিৎসা বিভাগ ।
১৩. Radiation Oncology > ৰঞ্জন ৰশ্মী কৰ্কট ৰোগ
চিকিৎসা বিভাগ ।
১৪. Radiology > ৰঞ্জন ৰশ্মী বিভাগ ।
১৫. Radiotherapy > ৰঞ্জন ৰশ্মী বিকিৰণ
চিকিৎসা বিভাগ ।

Comments

Popular posts from this blog

ফুটবল

গৰুৰ বিষয়ে ৰচনা...

মহৎ লোকৰ বানী