এজনী মাকে নিজৰ লৰাজনক
এজনী মাকে নিজৰ লৰাজনক
সুধিলেঃ বেতা ,যদি মোৰ চকু দুটা বেয়া হয়
তুমি কি কৰিবা ?
লৰাঃ মাঁ ,মই তোমাক চহৰৰ সকলোতকৈ ডাঙৰ
ডাক্তৰৰ ওচৰলৈ লৈ যাম ।
মাকঃ যদি তেতিয়াওঁ ভাল নহয় ?
লৰাঃ মই পইচা খৰচ কৰিম ,তোমাক বাহিৰ
দেশলৈ লৈ গৈ চিকিত্সা কৰাম ।
মাকঃ যদি তথাপিতো ভাল নহয় ,মই একেবাৰে অন্ধ
হৈ যাওঁ তেতিয়া ?
লৰাঃ মই তোমাক বহুত সুশ্ৰুষা কৰিম ,তোমাৰ
সকলো কাম কৰি দিম । আচ্ছা মাঁ ,যদি মোৰ চকু
দুটা বেয়া হৈ যাই তুমি কি কৰিবা ?
মাকঃ মোৰ মৰমৰ বেতা ,মই তোমাক নিজৰ চকু
দুটা দিম ।
মাঁৰ নিস্বার্থ মৰম ভালপোৱা ত্যাগ পৃথিৱীৰ
কোনো বস্তুৰ লগতে তুলনা কৰিব নোৱাৰি ।।
যদি তুমি মাক সন্মান কৰিব জানা তেন্তে নিশ্চয় বাকী মহিলাকো সন্মান কৰিব জানা ৷
মহিলা দিৱসৰ শুভেচ্ছা থাকিল ৷
Comments
Post a Comment