Posts

Showing posts from 2014

মহৎ লোকৰ বানী

"কিতাপে মানুহক কুসংগ আৰু কুকর্মৰ পৰা ৰক্ষা কৰাৰ উপৰি মানসিক অৱসাদৰ পৰা ৰক্ষা কৰে । ই মানুহক সংগ দিয়ে, শিক্ষা দিয়ে, আনন্দ দিয়ে । যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে ।।" - হোমেন বৰগোহাঞি ।

চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ অসমীয়া প্রতিশব্দ__

চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ অসমীয়া প্রতিশব্দ__ ১। Surgery > শৈল্য চিকিৎসা বিভাগ । 2. Cardiology > হৃদৰোগ চিকিৎসা বিভাগ । ৩. ENT > কাণ, নাক, ডিঙিৰ চিকিৎসা বিভাগ । ৪. Medicine > ভেষজ ৰোগ চিকিৎসা বিভাগ । ৫. Pediatrics > ...

গৰুৰ বিষয়ে ৰচনা...

গৰুৰ বিষয়ে ৰচনা... গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা এট...

গোলাপী চহৰ - ৰজস্থান

¤ গোলাপী চহৰ - ৰজস্থান ¤ নিষিদ্ধ দেশ - তিব্বত ¤ নিষিদ্ধ চহৰ - লাসা ¤ নীৰব চহৰ - ৰোম ¤ পবিত্র ভূমি - জেৰুজালেম ¤ পবিত্র দেশ - ফিলিস্তিন ¤ মন্দিৰৰ চহৰ -বেনাৰস ¤ মুক্তাৰ দ্বীপ - বাহৰাইন ...

এজনী মাকে নিজৰ লৰাজনক

এজনী মাকে নিজৰ লৰাজনক সুধিলেঃ বেতা ,যদি মোৰ চকু দুটা বেয়া হয় তুমি কি কৰিবা ? লৰাঃ মাঁ ,মই তোমাক চহৰৰ সকলোতকৈ ডাঙৰ ডাক্তৰৰ ওচৰলৈ লৈ যাম । মাকঃ যদি তেতিয়াওঁ ভাল নহয় ? লৰাঃ মই পইচ...

এদিনাখন মন্দিৰৰ দুৱাৰমুখত

এদিনাখন মন্দিৰৰ দুৱাৰমুখত থকা শিলটোৱে মন্দিৰৰ মুর্তিটোক কলেঃ বন্ধু তুমি আৰু মই দুয়ো একে শিল ।কিন্তু তোমাক মানুহে পূঁজা কৰে আৰু মোক মানুহে গছকি যাই ।মোৰ লগত মানুহে কিয় ...

মহৎ লোকৰ বানী

১/ অহংকাৰী নহ'বা, কাৰণ অহংকাৰক মানুহ আৰু ঈশ্বৰেও ঘৃনা কৰে৷ ২/ অসমীয়া আমাৰ মাতৃভাষা ৷ মাতৃৰ নিচিনা বাবেই মাতৃয়ে বেজাৰ পোৱা কাম কৰা সন্তানসকলৰ পক্ষে অতি অযুগুত৷ইয়াকে জানি অসমীয়া সকলে মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি কৰা উচিত৷ ৩/ কৃষি কর্ম নাবাঢ়িলে বাণিজ্যও নাবাঢ়ে ,সেইবাবে দুয়োকে অনুশীলন কৰিব লাগে৷ *************************আনন্দৰাম ঢেকিয়াল ফুকন ৷

Maa

হৃদয় চুই যোৱা এটা কাহিনী এসময়ৰ কথা,এটা ল’ৰা জন্ম হ’বলৈ ওলাইছিল। জন্মৰ কিছুসময় আগতে সি ভগৱানক সুধিলে: ”মই ইমান সৰু, নিজে কোনো কামেই কৰিব নোৱাৰো, পৃথিৱীত কেনেকে থাকিম , কৃপা ...