Posts

কৌতুক

Image
ডাক্তৰ : " গা ধুবলৈ কি চাবুন ব্যৱহাৰ কৰা..?" ... ... পাপু : "বিমল'ৰ  নিম চাবুন..." ... ... ডাক্তৰ :"টুথপেষ্ট...?" ... ... পাপু : "বিমল'ৰ টুথপেষ্ট...!!" ... ... ডাক্তৰ : "কি তেল ব্যৱহাৰ কৰা..?" ... ... পাপু : "বিমল'ৰ আমলখি তেল...!!" ... ... ডাক্তৰ : " 'বিমল'  মাল্টিনেচনেল ব্ৰেন্ড নে অসমৰ বিখ্যাত  কোম্পানী ...?" ... ... পাপু : (গহীনাই ).." 'বিমল' মোৰ ৰুমমেট হে..." মাধুদা তেতিয়া প্ৰাইভেট স্কুলখনৰ শিক্ষক ……… … মাধুদা = তীখৰ !! ইণ্ডিয়া গেটৰ বিষয়ে কি জান কচোন ?? , তীখৰ = চাৰ !! ইণ্ডিয়া গেট হ'ল এক উন্নত মানদণ্ডৰ বাচমতি চাউল । যি চাউল আজিকালি বাহিৰৰ দেশলৈকো যায় !! , মাধুদা = গৰু !! চাৰমিনাৰ কি হয় ক ? , তীখৰ = চাৰমিনাৰ এক জনপ্ৰিয় চিগাৰেট আছিল । কিন্তু আজিকালি সেইটো দেখিবলৈকে নাইকীয়া হ'ল !! , তীখৰ = চাল্লা হাৰামী !! আল্টু ফাল্টু উত্তৰ দি তই দেশৰ স্মাৰক বোৰক অপমান কৰিছ ! ক্লাছৰ পৰা ওলাই যা ! আৰু শুন…… কালিলৈ দেউতাৰৰ signature লৈ আহিবি । নহ...

ফুটবল

ইংলেণ্ডহে ফুটবলৰ জন্মস্থান । মতবিৰোধ থাকিলেও এইটো সত্য যে ইংলেণ্ডেই হ'ল আধুনিক ফুটবল খেলৰ জন্মদাতা । কাৰণ ইং ১৮৬৩ চনত বিশ্বৰ ভিতৰত প্ৰথমে ইংলেণ্ডত আন্তর্জাতিক ফুটবল এছ'চিয়েচন গঠন হয় । ইংলেণ্ডত ত্ৰয়োদশ শতিকামানৰ পৰাই এই খেলে জনপ্ৰিয়তা লাভ কৰিবলৈ সমর্থ হয় । ঊনবিংশ শতিকাৰ মাজভাগৰ পৰাহে ফুটবল খেলে আজিৰ ৰূপ লাভ কৰে । তাৰ আগতে এই খেলক ল'ৰা-ছোৱালীৰ খেল হিচাপে গণ্য কৰি ইংলেণ্ডৰ পাব্লিক স্কুলবোৰত খেলোৱা হৈছিল । শিক্ষাৰ ক্ষেত্ৰত ফুটবলক কামত লগালে ছাত্ৰ- ছাত্ৰীসকল সহযোগিতাৰ মনোভাৱ, গোষ্ঠী আনুগত্য, সাহস, নেতৃত্ব দিয়াৰ ক্ষমতা, নিয়ম-কানুনৰ মাজেৰে প্ৰতিযোগিতা কৰাৰ আগ্ৰহ আদি অনেক গুণৰ অধিকাৰী হ'ব পাৰে । সেয়েহে খেলা-ধূলাক স্কুলবোৰত বাধ্যতামূলক হিচাপে আৰম্ভ কৰা হয় । ফুটবলৰ প্ৰথম গুৰূত্বপূর্ণ শিক্ষা কেন্দ্ৰ আছিল শ্বেফিল্ড । ১৮৫৭ চনত যেতিয়া শ্বেফিল্ডত নিয়ম-কানুন প্ৰচলন হৈছিল তাত তেতিয়া মাত্ৰ দুটাহে ফুটবলৰ ক্লাব আছিল । ১৮৬২ চনত এই ক্লাবৰ সংখ্যা হয়গৈ ১৫টা । ১৮৬৩ চনত ইংলেণ্ডৰ কেইটামান ফুটবল ক্লাব লগ লাগি ফুটবল এছ'চিয়েচন গঢ়ি তোলে । পূর্বতে ফুটবলৰ নিয়মকানুন ...

মহৎ লোকৰ বানী

"কিতাপে মানুহক কুসংগ আৰু কুকর্মৰ পৰা ৰক্ষা কৰাৰ উপৰি মানসিক অৱসাদৰ পৰা ৰক্ষা কৰে । ই মানুহক সংগ দিয়ে, শিক্ষা দিয়ে, আনন্দ দিয়ে । যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে তেওঁক আন একো নিচাই টলাব নোৱাৰে ।।" - হোমেন বৰগোহাঞি ।

চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ অসমীয়া প্রতিশব্দ__

চিকিৎসা বিজ্ঞানৰ বিভাগ সমূহৰ অসমীয়া প্রতিশব্দ__ ১। Surgery > শৈল্য চিকিৎসা বিভাগ । 2. Cardiology > হৃদৰোগ চিকিৎসা বিভাগ । ৩. ENT > কাণ, নাক, ডিঙিৰ চিকিৎসা বিভাগ । ৪. Medicine > ভেষজ ৰোগ চিকিৎসা বিভাগ । ৫. Pediatrics > ...

গৰুৰ বিষয়ে ৰচনা...

গৰুৰ বিষয়ে ৰচনা... গৰু এবিধ ডাঙৰ জন্তু৷ ইয়াক চাৰিঠেঙীয়া জন্তু বোলে ৷ সেইবাবে ইয়াৰ চাৰিখন ঠেং আছে৷ আগৰ দুখন আগ ঠেং, পাছৰ দুখন পাছ ঠেং৷ ইয়াৰ দুটা চকু, দুখন কাণ, দুটা ফুটা থকা এট...

গোলাপী চহৰ - ৰজস্থান

¤ গোলাপী চহৰ - ৰজস্থান ¤ নিষিদ্ধ দেশ - তিব্বত ¤ নিষিদ্ধ চহৰ - লাসা ¤ নীৰব চহৰ - ৰোম ¤ পবিত্র ভূমি - জেৰুজালেম ¤ পবিত্র দেশ - ফিলিস্তিন ¤ মন্দিৰৰ চহৰ -বেনাৰস ¤ মুক্তাৰ দ্বীপ - বাহৰাইন ...

এজনী মাকে নিজৰ লৰাজনক

এজনী মাকে নিজৰ লৰাজনক সুধিলেঃ বেতা ,যদি মোৰ চকু দুটা বেয়া হয় তুমি কি কৰিবা ? লৰাঃ মাঁ ,মই তোমাক চহৰৰ সকলোতকৈ ডাঙৰ ডাক্তৰৰ ওচৰলৈ লৈ যাম । মাকঃ যদি তেতিয়াওঁ ভাল নহয় ? লৰাঃ মই পইচ...