কৌতুক
ডাক্তৰ : " গা ধুবলৈ কি চাবুন ব্যৱহাৰ কৰা..?"
...
...
পাপু : "বিমল'ৰ নিম চাবুন..."
...
...
ডাক্তৰ :"টুথপেষ্ট...?"
...
...
পাপু : "বিমল'ৰ টুথপেষ্ট...!!"
...
...
ডাক্তৰ : "কি তেল ব্যৱহাৰ কৰা..?"
...
...
পাপু : "বিমল'ৰ আমলখি তেল...!!"
...
...
ডাক্তৰ : " 'বিমল' মাল্টিনেচনেল ব্ৰেন্ড নে অসমৰ বিখ্যাত কোম্পানী ...?"
...
...
পাপু : (গহীনাই ).." 'বিমল' মোৰ ৰুমমেট হে..."
মাধুদা তেতিয়া প্ৰাইভেট স্কুলখনৰ শিক্ষক ………
…
মাধুদা = তীখৰ !! ইণ্ডিয়া গেটৰ বিষয়ে কি জান কচোন ??
,
তীখৰ = চাৰ !! ইণ্ডিয়া গেট হ'ল এক উন্নত মানদণ্ডৰ বাচমতি চাউল । যি চাউল আজিকালি বাহিৰৰ দেশলৈকো যায় !!
,
মাধুদা = গৰু !! চাৰমিনাৰ কি হয় ক ?
,
তীখৰ = চাৰমিনাৰ এক জনপ্ৰিয় চিগাৰেট আছিল । কিন্তু আজিকালি সেইটো দেখিবলৈকে নাইকীয়া হ'ল !!
,
তীখৰ = চাল্লা হাৰামী !! আল্টু ফাল্টু উত্তৰ দি তই দেশৰ স্মাৰক বোৰক অপমান কৰিছ ! ক্লাছৰ পৰা ওলাই যা ! আৰু শুন…… কালিলৈ দেউতাৰৰ signature লৈ আহিবি । নহ'লে চাবি , গোটেই দিনতো তোক আঁঠু কঢ়াই থম !!
,
,
(পিছদিনা ক্লাছত)
…
মাধুদা = টেবুলৰ ওপৰত এই মদৰ বটলটো কোনে থৈছে ?
,
তীখৰ = মই থৈছো চাৰ !! আপুনিয়ে দেখুন কৈছিল , দেউতাৰৰ signature লৈ আনিবি বুলি । সেয়ে মই signature ৰ বটলটোকেই লৈ আনিলো । অৱশ্যে ফুল হৈ থকা নাই !! দুপেগমান দেউতাই খালে !!!!
,
,
মাধুদাৰ দুচকুৱেদি দুধাৰ লোতক বৈ আহিল !
তীখৰক
তেওঁ সাৱতি ধৰিলে আৰু ক্লাছৰ কেপ্তেইন বনাই দিলে !!!!

copied😅

Comments
Post a Comment